Skip to content
On this page

ক্ৰীড়াজগতৰ সাংবাদিকতা

  • অসমত ক্ৰীড়াজগতৰ সূচনা হয় 1923 |
  • পলাশবাৰীৰ বেলিৰাম নামোশুদ্ৰ নামৰ এজন লোকে ‘ফুটবল খেল’ নামৰ এটা বাতৰি প্ৰেৰণ কৰিছিল।
  • পুলিন দাস অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া।
  • 1965 চনত জন্ম হৈছিল ‘দৈনিক অসম’ কাকতৰ।
  • আশীৰ দশকত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে ক্ৰীড়া আলোচনী ‘অভিৰুচি’ৰ (1979) জৰিয়তে খেলৰ বাতৰি পৰিবেশন কৰিছিল।
  • ‘অভিৰুচি’ আলোচনীৰ প্ৰতিষ্ঠাতা বলেন্দ্ৰ মহান চক্ৰৱৰ্তীয়ে 1984 চনৰ পৰা প্ৰতি বছৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো (3 ছেপ্টেম্বৰ) ‘অভিৰুচি ক্ৰীড়া দিৱস ’ হিচাপে পালন কৰি আহিছে।