ক্ৰীড়াজগতৰ সাংবাদিকতা
- অসমত ক্ৰীড়াজগতৰ সূচনা হয় 1923 |
- পলাশবাৰীৰ বেলিৰাম নামোশুদ্ৰ নামৰ এজন লোকে ‘ফুটবল খেল’ নামৰ এটা বাতৰি প্ৰেৰণ কৰিছিল।
- পুলিন দাস অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া।
- 1965 চনত জন্ম হৈছিল ‘দৈনিক অসম’ কাকতৰ।
- আশীৰ দশকত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে ক্ৰীড়া আলোচনী ‘অভিৰুচি’ৰ (1979) জৰিয়তে খেলৰ বাতৰি পৰিবেশন কৰিছিল।
- ‘অভিৰুচি’ আলোচনীৰ প্ৰতিষ্ঠাতা বলেন্দ্ৰ মহান চক্ৰৱৰ্তীয়ে 1984 চনৰ পৰা প্ৰতি বছৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো (3 ছেপ্টেম্বৰ) ‘অভিৰুচি ক্ৰীড়া দিৱস ’ হিচাপে পালন কৰি আহিছে।