Skip to content
On this page

অসমীয়া ভাষা

  • 1836 চনত অসমৰ ৰাজ্য ভাষা বাংলা কৰা হল।
  • 1813 চনত আমেৰিকান খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত প্ৰকাশ পায় প্ৰথম অসমীয়া ছপা পুথি ‘ধৰ্মপুস্তক’(আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অনুবাদ )
  • 1839 চনত উলিয়াম ৰবিনচন চাহাবে লিখি উলিয়ালে ‘A grammar of Assamese language.
  • 1848 চনত প্ৰকাশ পায় নাথান ব্ৰাউনৰ ভাষাৰ ব্যাকৰণ পুথি(ইংৰাজী ভাষাত) - ‘গ্ৰামমাৰ্টিকেল নটিছেছ’ (পাছলৈ) ‘নোটছ অব দা আছামীজ লেংগুৱেজ’
  • 1846 চনত প্ৰকাশ আৰম্ভ হোৱা ‘অৰুনোদই’ৰ প্ৰথম সম্পাদকো আছিল বিদেশী নাথান ব্ৰাউন।
  • 1867 চনত মাইলছ ব্ৰনছনে সংকলন কৰি উলিয়ালে প্ৰথম অসমীয়া অভিধান ‘অসমীয়া ইংৰাজী অভিধান’ | 1900 চনলৈকে এইখনেই আছিল একমাত্ৰ অসমীয়া অভিধান।
  • অসমীয়া আলোচনী ক্ৰমে ‘অৰুণোদই’, ‘জোনাকী’ ,‘আৱাহন’ আৰু ‘ৰামধেনু’