Skip to content
On this page

ভৌগোলিক দিশ

  • অসমৰ মুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ। (ভাৰতৰ মুঠ মাটিকালি 2.39%)
  • প্ৰাকৃতিকভাবে অসম ক্ৰান্তীয় অঞ্চলৰ অন্তৰ্গত।
  • অসমৰ হিমামূৰীয়া ৰাজ্য কেইখন হল → মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড।
  • ইয়াৰ উপৰিয়ো দুখন আন্তঃৰাষ্ট্ৰীয় দেশ বাংলাদেশ আৰু ভুটানৰ লগতো অসমৰ সীমা আছে।
  • 2002 চনৰ পৰা ছিকিমকো উত্তৰ পূৰ্বাঞ্চলৰ অংশৰূপে ধৰা হৈছে। সেই অনুসৰি বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আঠখন।
  • অসমৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 79.5 মিটাৰ উচ্চতাত অৱস্থিত।
  • এইখন অসমতে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী (মাটিকালি 880 বৰ্গ কিলোমিটাৰ) আৰু পৃথিৱীৰ ক্ষুদ্ৰাতম নদীদ্বীপ উমানন্দ(মাটিকালি 13 বিঘা 3 কথা ) অৱস্থিত।
  • অসমৰ ভিতৰত সৰ্বোচ্চ পৰ্বতমালা হল বৰাইল পৰ্বতমালা (1000-1200 মিটাৰ )
  • অসমৰ সৰ্বোচ্চ শৃংগ, নাম স্থিৰ নুগুৱা এইটো