Skip to content
On this page

ব্ৰহ্মপুত্ৰ

  • ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত ‘টামচুক খামবাৰ’ নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে।
  • ব্ৰহ্মপুত্ৰৰ দৈঘ্য প্ৰায় 2880km। তাৰে 1625 km চীনত (তিব্বত), 918km ভাৰতত, 725km অসমত , 337km বাংলাদেশত অৱস্থিত।
  • ব্ৰহ্মপুত্ৰক উৎসৰ ওচৰত মুটছংছাংপো বোলা হয়।
  • ব্ৰহ্মপুত্ৰ ভাৰতত গোমোৱাৰ লগে লগে প্ৰথমে চিয়াং তাৰ পাছত দিহাং নাম পাইছে।
  • অসমত দিবাং আৰু লোহিতৰ লগত লগ হৈ ব্ৰহ্মপুত্ৰ নামেৰে বিশাল নদী হৈ বৈ গৈছে।
  • অসম পাৰ হৈ ব্ৰহ্মপুত্ৰ বাংলাদেশত প্ৰৱেশ কৰিছে আৰু দক্ষিণমুখী হৈছে। তাত এটা সৰু সুঁতিৰ নাম ব্ৰহ্মপুত্ৰ। আৰু মূল সুঁতিটোক যমুনা বুলিহে জনা যায়। গঙ্গা আহি ইয়াত যোগ হোৱাৰ পাছত ৱি নদীৰ নাম পদ্ম হৈছে। বঙ্গোপসাগৰত পৰাৰ আগতে পদ্ম মেঘনাৰ লগত লগ হৈছে।
  • বৰ্তমান অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত পাঁচখন দলং আছে(শৰাইঘাট দোঁলং দুখন, কলিয়াভোমোৰ দলং, নৰনাৰায়ণ সেঁতু, বগীবিল দলং )
  • ধুবুৰী আৰু মেঘালয় ফুলবাৰীৰ মাজত ষষ্ঠখন দলং নিৰ্মান কাম চলি আছে। 19.30km দৈঘ্যৰ এই দলং খন 2027 চনৰ ভিতৰত সম্পূৰ্ন হোৱাৰ কথা।
  • অসমত ব্ৰহ্মপুত্ৰৰ 90 খন সৰু বৰ উপণ্ডি আছে। তাৰে 57 খন উত্তৰ পাৰত আৰু 33 খন দক্ষিণ পাৰত অৱস্থিত

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কেইখনমান উপনৈ

  • বুঢ়ীসুঁতি
  • চিচিনৈ
  • চাৰিকড়ীয়া
  • ধনশিৰী
  • দৈফমা
  • মৰা ধনশিৰী
  • কুমটীয়া
  • নোৱানৈ
  • জীয়াঢল / চামপৰা
  • বেংটন
  • সোৱণশিৰী
  • ননৈ
  • ৰঙানৈ
  • বৰনদী
  • পাভ
  • চেঁচা
  • মেলহা
  • পুঠিমাৰী
  • দিক্ৰাং
  • বৰলীয়া
  • খাটৰ
  • পাগলাদিয়া
  • ব্ৰহ্মজান
  • চেং
  • বলম
  • বুৰাদিয়া
  • বুৰৈ
  • মানাহ
  • বৰগাং
  • বেঁকী
  • জিনজীয়া
  • চম্পাৱতী
  • সাধাৰু
  • ধিৰ
  • ঘিলাধাৰী
  • গৌৰাং/সৰলভাঙা
  • ঠেলামৰা
  • সোণকোষ
  • বেলশিৰি
  • আই
  • পাঁচনৈ
  • গদাধৰ

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কেইখনমান উপনৈ।

  • ড িব্ৰু
  • বুঢ়ীদিহিং
  • দিচাং
  • দৰিকা
  • দিখৌ
  • নামদাং
  • ডিমৌ
  • জাঁজী
  • বলমা
  • ভোগদৈ
  • কাকডোঙা
  • গেলাবিল
  • ধনশিৰি
  • দিফলু
  • মৰা দিফলু
  • কলং
  • কপিলী
  • ডিগাৰু
  • বাহিনী
  • ভৰলু
  • আমচাং
  • বশিষ্ঠ
  • খনা
  • ক’লমনি
  • কুলসী
  • শিংৰা
  • কৃষ্ণাই
  • দুধনৈ
  • জিঞ্জিৰাম
  • জাঁজী
  • বলমা
  • ভোগদৈ
  • কাকো