Skip to content
On this page

বৰাক নদী

  • এই নদী সৰ্বমুঠ দৈঘ্য 900km দৈঘ্যৰ 225km হে অসমৰ অন্তৰ্গত। বাকী অংশ মণিপুৰ মিজোৰাম আৰু বাংলাদেশত পৰিছে।
  • মণিপুৰৰ উত্তৰ সীমাৰ কাষৰ মৰম অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা বৰাক নদী ওলাই আহিছে।
  • প্ৰথম অংশত এই নদীৰ নাম “টুলং” বা “কোৱাই” |
  • অসমত প্ৰৱেশ কৰি শিলচৰৰ কাষেদি আহি নদীখন দুটা ভাগত ভাগ হৈছে। সুৰমা নামৰ এটা ভাগ বাংলাদেশৰ ছিলেটৰ একগুৰুত্বপূৰ্ণ ধান উৎপাদন অঞ্চলৰ মাজেদি পাৰ হৈ গৈছে। কুছিয়াৰ নামৰ আনটো ভাগ পুনৰ দুটাভাগত বিভক্ত হৈছে যদিও দুয়োটা ভাগ আকৌ সুৰমা ভাগত লগ লাগিছে।
  • বৰাক নদীৰ 12 খন ঘাই উপনদী আছে তাৰে ভিতৰত যাদুকটা, জিৰি, জাতিজ্ঞা, বগপানী, সোণাই, লংগাই ৰাকনি আদিয়েই প্ৰধান।

বৰাকৰ কেইখনমান উপনৈ

  • কাতাখাল
  • চিৰি নৈ
  • ছিংলা
  • জাতিংগা
  • জিৰি
  • ধলেশ্বৰী
  • মধুৰা
  • লংগাই
  • সোণাই
  • কালাইন
  • গুমৰা
  • হাৰাং