Skip to content
On this page

খৰাং আৰু প্ৰদূষণ

  • গোলাঘাট জিল্লাৰ সৰুপাথৰ ৰাজহ চক্ৰাক যোৱা বছৰ চৰকাৰে খৰাং অঞ্চল হিচাপে ঘোষণা কৰে।
  • খৰাং হিচাপে ঘোষণা কৰা আন আন জিল্লা সমূহ হল → বঙাইগাঁও, ধুবুৰী,কোকৰাঝাৰ, কাছাৰ, গোৱালপাৰা, যোৰহাট, কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, লখিমপুৰ, শিৱসাগৰ।

খৰাংৰ প্ৰভাৱ

  • বৰ্ধিত খৰাং এ চাহ গছৰ বাবে পোক-পৰুৱা দ্বাৰা সবলগীয়া ক্ষয় ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰিছে।
  • উষ্ণতাৰ পৰিৱৰ্তনে চাহ বাগিচাবোৰত পোক পৰুৱাৰ প্ৰাচুৰ্য বৃদ্ধি দ্বাৰা লগতে ৱি উষ্ণ কালৰ সময়সীমা বৃদ্ধিয়ে চাহ গছবোৰত পোক পৰুৱাৰ দ্বাৰা প্ৰভাৱিত হবলৈ অধিক সময় প্ৰদান কৰে।
  • উষ্ণতা বৃদ্ধিয়ে স্থানীয় ভাবে ঢেকীয়া শাক নামেৰে জনা জাতৰ ফিডলহেড ফাৰণ বহুলভাৱে নোহোৱা হৈছে।
  • উত্পাদনশীলতা লগতে শস্যৰ গুণাগুণ হ্ৰাস পাইছে। উদাহৰণ স্বৰূপে জহা আৰু বাও।
  • কিছুমান উদ্ভিদ বা ঘাঁহৰ পৰিমাণ বিধি পাইছে যেনে পাৰ্থেনিয়াম। ই এবিধ ক্ষতিকাৰক অপতৃণ যাক এলাৰ্জি জানিত শ্বাস প্ৰশ্বাসজানিত সমস্যাৰ কাৰণ হিচাপে গণ্য কৰা হয়। (এই বোৰৰ পৰিমাণ কাৰ্বি আংলং , যোৰহাট, গোলাঘাট বৃদ্ধি পাইছে)